உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ব্যৱস্থাৰ অভাৱ
எடுத்துக்காட்டு : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
ஒத்த சொற்கள் : অব্যৱস্থা, গণ্ডগোল, গোলমাল, বিশৃংখলা, হুলস্থূল
பொருள் : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
எடுத்துக்காட்டு : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
ஒத்த சொற்கள் : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘোটালা, বিশৃঙ্খলা
பொருள் : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ
எடுத்துக்காட்டு : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে
ஒத்த சொற்கள் : উখল-মাখল, হুলস্থূল
நிறுவு