பொருள் : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা
எடுத்துக்காட்டு :
এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ
ஒத்த சொற்கள் : দৌৰা, লৰা-ঢপৰা কৰা
பொருள் : ঠাই সলনি নকৰাকৈ কোনো বস্তু নিজৰ পথেৰে ঘূৰা কার্য
எடுத்துக்காட்டு :
পৃথিৱীয়ে নিজৰ কক্ষপথত থাকি ঘূৰে