பொருள் : প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে
ஒத்த சொற்கள் : ঘূৰোৱা
பொருள் : যিয়ে দিয়াজনক পুনৰাই দিছে
எடுத்துக்காட்டு :
ঘৰ সাজিবৰ কাৰণে মই যি ঋণ লৈছিলো সেইয়া এবছৰৰ ভিতৰতেই ঘূৰাই দিলোঁ
ஒத்த சொற்கள் : পৰিশোধ কৰা
பொருள் : ওলোটাই দিয়া
எடுத்துக்காட்டு :
দোকানীয়ে ঘূৰাই দিয়া সামগ্রী ৰাখিবলৈ অস্বীকাৰ কৰিলে
ஒத்த சொற்கள் : ফিৰোৱা