பொருள் : প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে
ஒத்த சொற்கள் : ঘূৰাই দিয়া
பொருள் : চাৰিওফালে ফুৰা
எடுத்துக்காட்டு :
বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে
பொருள் : দিশ পৰি্বর্তন ্কৰা
எடுத்துக்காட்டு :
পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে
பொருள் : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য
எடுத்துக்காட்டு :
গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা
ஒத்த சொற்கள் : ফুৰোৱা
பொருள் : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য
எடுத்துக்காட்டு :
তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে
பொருள் : বতাহত ইফালে-সিফালে হালি থকা
எடுத்துக்காட்டு :
প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে