உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ
எடுத்துக்காட்டு : তেওঁ লক্ষ্য স্হিৰ কৰি ্ঘোঁৰা টিপি দিলে
ஒத்த சொற்கள் : ট্রিগাৰ, লপলপী
பொருள் : দবা খেলৰ এক প্রকাৰৰ গুটি বা মোহৰা
எடுத்துக்காட்டு : তেওঁৰ ্এটা ঘোঁৰা মৰা পৰিল
பொருள் : ঘোঁৰাৰ মতা
எடுத்துக்காட்டு : সৈনিকে হয় ঘোঁৰা নহয় ঘোঁৰীত উঠি ফুৰি আছিল
ஒத்த சொற்கள் : ঘোটক, মতা ঘোঁৰা
பொருள் : এক ধৰণৰ ওখ স্টুল যʼত উঠিবৰ বাবে চিৰি বনোৱা থাকে
எடுத்துக்காட்டு : ঘোঁৰাত উঠি বায়ে ফেন পৰিস্কাৰ কৰ আছে
நிறுவு