பொருள் : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত
எடுத்துக்காட்டு :
এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা
பொருள் : ৰেখা আদিৰে ঘেৰি থকা স্থান
எடுத்துக்காட்டு :
তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে
பொருள் : নিজৰ দেশ
எடுத்துக்காட்டு :
আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল
ஒத்த சொற்கள் : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র
பொருள் : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ
எடுத்துக்காட்டு :
তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে