உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ
எடுத்துக்காட்டு : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়
ஒத்த சொற்கள் : ইন্দু, চন্দ্র, চন্দ্রিমা, চান্দ, জোন, জোনবাই, জোনাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ
பொருள் : যি বস্তু চন্দ্রৰ নিচিনা বা চন্দ্রৰ আকাৰৰ
எடுத்துக்காட்டு : মূর্তি ্নির্মাতাই ধাতুৰ চন্দ্র বনাই ভগৱান শিৱৰ মূর্তিৰ শিৰত পিন্ধাই দিলে
ஒத்த சொற்கள் : চন্দ্র
நிறுவு