பொருள் : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
எடுத்துக்காட்டு :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
ஒத்த சொற்கள் : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা
பொருள் : কোনো কাম আদিৰ দায়িত্ব লোৱা
எடுத்துக்காட்டு :
নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়
பொருள் : ৰোধ কৰি বশত অনা
எடுத்துக்காட்டு :
দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ
பொருள் : কোনো মনোবেগক বাধা দিয়া
எடுத்துக்காட்டு :
জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক
பொருள் : কোনো বস্তু ভালে আছে নে নাই চোৱা
எடுத்துக்காட்டு :
নিজৰ কাপোৰ চম্ভালা