பொருள் : ফোহা আদি কাটি-চিঙি চিকিৎসা কৰা চিকিৎসক
எடுத்துக்காட்டு :
শল্যচিকিৎসকজনে ফোহাটো ফালি পূঁজখিনি উলিয়াই দিলে
ஒத்த சொற்கள் : অস্ত্রচিকিৎসক, অস্ত্রবৈদ্য, অস্ত্রোপচাৰক, শল্যচিকিৎসক
பொருள் : কটা-চিঙা আদিৰে দেহৰ বিভিন্ন অংগৰ ৰোগ দূৰ কৰা ব্যক্তি
எடுத்துக்காட்டு :
শল্য-চিকিৎসকজন শল্যকর্মত ব্যস্ত হৈ আছে
ஒத்த சொற்கள் : শল্য চিকিৎসক, শল্য-চিকিৎসক