பொருள் : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা
எடுத்துக்காட்டு :
শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে
ஒத்த சொற்கள் : আচাৰ-ব্যৱহাৰ, গঢ়-গতি, ৰেহৰূপ
பொருள் : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ
எடுத்துக்காட்டு :
আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত
ஒத்த சொற்கள் : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চালচলন, হাৱ-ভাৱ, ৰেহ-ৰূপ
பொருள் : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
எடுத்துக்காட்டு :
গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
ஒத்த சொற்கள் : ধৰণ-কৰণ
பொருள் : নাৰীৰ আব-হাৱা
எடுத்துக்காட்டு :
তেওঁ নি্র্মল গুণৰ অধিকাৰিণী
ஒத்த சொற்கள் : গুণৰ অধিকাৰিণী, চালচলন, চৰিত্র
பொருள் : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
எடுத்துக்காட்டு :
সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
ஒத்த சொற்கள் : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র