பொருள் : মেকুৰী প্রজাতিৰ এবিধ হিংস্র বনৰীয়া জন্তু!
எடுத்துக்காட்டு :
চিতাবাঘ বৰ বেগাই দৌৰিব পৰা জন্তু
ஒத்த சொற்கள் : চিতাবাঘ
பொருள் : মৃতকক সৎকাৰ কৰা কাঠ বা বাঁহৰ মেজি
எடுத்துக்காட்டு :
আজিৰ পৰিস্থিতি দেখি এনে লাগে যেন গান্ধীজীৰ চিতাৰ লগতে পৰস্পৰৰ সদ্ভাৱ, প্রেম, অহিংসা সকলো জ্বলি ্ছাঁই হৈ গʼল