பொருள் : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
எடுத்துக்காட்டு :
লতাই কুর্তাটোত বুটাম লগাই আছে
ஒத்த சொற்கள் : জোৰা লগোৱা, লগোৱা, সীওৱা, সীৱন কৰা
பொருள் : কোনো বস্ত্ৰৰ বাহিৰৰ অংশ হাত দি চিলাই কৰা
எடுத்துக்காட்டு :
নেহাই ব্লাউজৰ গলা চিলাই কৰিছে
பொருள் : কাৰোবাক চিলাই কার্যত প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
দর্জীয়ে কাপোৰ চিলাই কৰে