உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়
எடுத்துக்காட்டு : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন
ஒத்த சொற்கள் : চিন, নিচান, প্রতীক, সংকেত
பொருள் : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
எடுத்துக்காட்டு : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
ஒத்த சொற்கள் : চাপ, চিন, নিচান
பொருள் : স্মৃতি সজীৱ কৰি ৰাখিবলৈ দিয়া বা ৰখা কোনো বস্তু
எடுத்துக்காட்டு : এই ঘৰটো আমাৰ পূর্বপুৰুষৰ চিন
ஒத்த சொற்கள் : চিন, স্মৃতিচিহ্ন
நிறுவு