பொருள் : এঠাইৰ পৰা আন এঠাইলৈ, বিশেষকৈ তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ যাবলৈ স্তৰ থকা পথ
எடுத்துக்காட்டு :
চোৰে চাদত উঠিবলৈ বাঁহৰ খটখটিৰ প্রয়োগ কৰিছিল
ஒத்த சொற்கள் : খটখটি
பொருள் : তাচৰ চাৰিটা প্ৰকাৰৰ মাজত এক ধৰণৰ বিশেষ ভাগ যʼত একেলগে কʼলা ৰঙৰ তিনিটা পাত লগ লাগি থাকে
எடுத்துக்காட்டு :
তেওঁ চিৰিতনৰ চাল খেলিছে
ஒத்த சொற்கள் : চিৰিতন
பொருள் : এখনৰ পিছত সিখন ভৰি দি ওখ স্থানত উঠা-নমা কৰিবলৈ কৰা এক ব্যৱস্থা
எடுத்துக்காட்டு :
পকী ঘৰৰ চাদৰ ওপৰত উঠিবলৈ খট-খটি বনোৱা হয়
ஒத்த சொற்கள் : খট-খটি