பொருள் : তৰল পদার্থ ্ভৰাবৰ কাৰণে কোনো জোঙা পাত্রৰ মুখত সুমুৱাই লোৱা উপকৰণ বিশেষ
எடுத்துக்காட்டு :
তেল যাতে তলত নপৰে তাৰ কাৰণে পাত্রটোৰ মুখত চুপি লগোৱা হʼল
பொருள் : ধাতু, প্লাষ্টিক আদিৰে তৈয়াৰ কৰা শঙ্কু আকৃতিৰ এবিধ বস্তু যাৰ জোঙা অংশত এটা সৰু নলী থাকে
எடுத்துக்காட்டு :
দোকানীজনে চুপিটোৰে বটলত তেল ভৰাই আছে