பொருள் : গধুৰ বস্তুৰ তলত অহা
எடுத்துக்காட்டு :
শিলে লʼৰাটোৰ হাতখন চেপিলে
பொருள் : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য
எடுத்துக்காட்டு :
মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে
பொருள் : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য
எடுத்துக்காட்டு :
ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়
ஒத்த சொற்கள் : চেপি ধৰা
பொருள் : গাড়ী আদিৰ তলত পৰি মৰি যোৱা
எடுத்துக்காட்டு :
কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে
பொருள் : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য
எடுத்துக்காட்டு :
তেওঁ ্ চাদৰখন চেপিছে
ஒத்த சொற்கள் : আটি দিয়া