பொருள் : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা
எடுத்துக்காட்டு :
শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল
ஒத்த சொற்கள் : চাই থকা
பொருள் : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা
எடுத்துக்காட்டு :
চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে
ஒத்த சொற்கள் : ধ্যান দিয়া
பொருள் : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা
எடுத்துக்காட்டு :
মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ
பொருள் : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা
எடுத்துக்காட்டு :
চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই
பொருள் : দৃষ্টি নিক্ষেপ কৰা
எடுத்துக்காட்டு :
দেখিলে আপুনি, আজিকালিৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ কেনে
ஒத்த சொற்கள் : দেখা