பொருள் : ৰাজচিহ্নৰ ৰূপত লগোৱা ৰজা আদিৰ ওপৰত লগোৱা ডাঙৰ ছাটি
எடுத்துக்காட்டு :
প্রাচীন কালত ছত্রপতি ৰজাই ছত্র ধাৰণ কৰিছিল
பொருள் : দেৱতাৰ মূর্তিৰ ওপৰত লগোৱা ধাতুৰ ছাটি
எடுத்துக்காட்டு :
এই মন্দিৰৰ প্রত্যেক মূর্তিৰ ওপৰত সোণৰ ছত্র লগোৱা আছে
பொருள் : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন
எடுத்துக்காட்டு :
বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়
ஒத்த சொற்கள் : ছাতি