உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ৰং আৰু ৰেখাৰে অঁ্কা কোনো বস্তু আদিৰ ্ দর্শনীয় ৰূপ
எடுத்துக்காட்டு : কলা নিকেতনত মকবুল ফিদা হুছেইনৰ চিত্র ্ প্রদর্শনী হৈ আছে
ஒத்த சொற்கள் : চিত্র, পেইণ্টিং
பொருள் : কোনো বস্তু, ব্যক্তি আদিক যেনে আছে তেনে ধৰণে তৈয়াৰ কৰা প্রতিকৃতি
எடுத்துக்காட்டு : তেওঁ নিজৰ কোঠাত মহাপুৰুষৰ ফটো লগাই থৈছে
ஒத்த சொற்கள் : চিত্র, ফটো
பொருள் : চকুৰ সন্মুখত থকা পদার্থ, ্ ঘটনা বা ঠাই
எடுத்துக்காட்டு : সূর্যাস্তৰ দৃশ্য বৰ ধুনীয়া আছিল বৰষুণৰ কাৰণে বাহিৰৰ ছবিখন অস্পষ্ট হৈ আছিল
ஒத்த சொற்கள் : দৃশ্য, পট
பொருள் : কোনো বস্তুৰ যি প্রতিকৃতিক কোনো কথন, বিবেচন, বিবৰণ আদিক স্পষ্ট কৰিবৰ বাবে উপস্থাপিত কৰা হয়
எடுத்துக்காட்டு : চিত্রৰ সহায়ত পঢ়ালে শিশুৰ সহজে বোধগম্য হয়
ஒத்த சொற்கள் : চিত্র
நிறுவு