பொருள் : বেয়া উদ্দেশ্যৰে কাৰোবাক পৰামর্শ দিয়া
எடுத்துக்காட்டு :
তেওঁ ্লʼৰা-ছোৱালীবোৰক ছলনা কৰি আছে
ஒத்த சொற்கள் : প্রতাৰণা কৰা
பொருள் : কাৰোবাৰ লগত কপটতাপূর্ণ ব্যৱহাৰ কৰা
எடுத்துக்காட்டு :
তেওঁ ্মোক ছলনা কৰিলে
ஒத்த சொற்கள் : চকুত ধূলি মৰা, ছল কৰা
பொருள் : ছল-কপট কৰা
எடுத்துக்காட்டு :
পাটোৱাৰীয়ে অশিক্ষিত খেতিয়কসকলক ছলনা কৰিছে
ஒத்த சொற்கள் : অবাটে নিয়া