உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
எடுத்துக்காட்டு : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
ஒத்த சொற்கள் : দুনীয়া, বিশ্ব, সংসাৰ
பொருள் : পৃথিৱীত থকা লোক
எடுத்துக்காட்டு : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
ஒத்த சொற்கள் : জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
பொருள் : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
எடுத்துக்காட்டு : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
ஒத்த சொற்கள் : ইহজগত, ইহলোক, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
பொருள் : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
எடுத்துக்காட்டு : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
ஒத்த சொற்கள் : ইহজগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
நிறுவு