பொருள் : হুচ অনা বা চেতন সম্পন্ন কৰা
எடுத்துக்காட்டு :
হাওঁ্ফাওৰ গতি বন্ধ হৈ বেহুচ হʼবলৈ ধৰা মানুহজনৰ বুকুত হেঁ্চা দি জগোৱা
பொருள் : কাৰোবাৰ দ্বাৰা জগোৱাৰ কাম কৰা
எடுத்துக்காட்டு :
মায়ে নবৌক ভাইটিৰ যোগেদি জগাইছে
பொருள் : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা
எடுத்துக்காட்டு :
মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়
ஒத்த சொற்கள் : উঠোৱা