பொருள் : জড় হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
জড় পদার্থত ্জড়তা পোৱা যায়
ஒத்த சொற்கள் : অচেতনতা, চেতনহীনতা, চেতনাহীনতা, জড়ত্ব, জীৱনহীনতা
பொருள் : গতিহীন হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
গতিহীনতাৰ কাৰণে গছ-গছনিয়ে একে ঠাইতে স্থিৰ হৈ থাকে
ஒத்த சொற்கள் : অচলতা, গতিশূন্যতা, গতিহীনতা, গতিৰাহিত্য, নিশ্চলতা, বেগহীনতা, স্থবিৰতা