உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ
எடுத்துக்காட்டு : জনক এজন বৰ জ্ঞানী ৰজা আছিল
ஒத்த சொற்கள் : বিদেহ, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক
பொருள் : যিজন ব্যক্তিয়ে সর্বপ্রথম ্কোনো বিষয় বা চিন্তাধাৰাৰ সূচনা কৰে বা কোনো সংস্থা আদিৰ স্থাপনা কৰোঁতাজন
எடுத்துக்காட்டு : হিপʼক্রেটিছক চিকিৎসাশাস্ত্রৰ জনক বুলি কোৱা হয়
ஒத்த சொற்கள் : জন্ম-দাতা, জন্মদাতা, পিতা
பொருள் : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে
எடுத்துக்காட்டு : মোৰ দেউতা এজন অধ্যাপক
ஒத்த சொற்கள் : আব্বা, আব্বাজান, দেউতা, পিতা, পিতাই, পিতৃ, বাবা
நிறுவு