பொருள் : অভিজ্ঞ বা পৰিচিত হোৱা
எடுத்துக்காட்டு :
সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে
ஒத்த சொற்கள் : জ্ঞাত হোৱা, জ্ঞান হোৱা
பொருள் : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
எடுத்துக்காட்டு :
মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
ஒத்த சொற்கள் : চিনি পোৱা
பொருள் : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
எடுத்துக்காட்டு :
মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
ஒத்த சொற்கள் : চিনি পোৱা
பொருள் : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা
எடுத்துக்காட்டு :
মই বোৱা-কটা জানো
பொருள் : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
எடுத்துக்காட்டு :
প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
ஒத்த சொற்கள் : বুজি পোৱা