பொருள் : কোনো লোকৰ জন্ম হোৱা ঠাই বা দেশ অথবা যি ঠাই বা দেশত কোনো লোকৰ জন্ম হৈছে
எடுத்துக்காட்டு :
জন্মভূমিৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে পৱিত্র ্কর্তব্য
ஒத்த சொற்கள் : জনমভূমি, জন্ম স্থান, জন্মথলী, জন্মস্থান, মাতৃভূমি
பொருள் : যি স্থানত কাৰোবাৰ জন্ম হয়
எடுத்துக்காட்டு :
এই প্রপত্রত আপুনি অপোনাৰ জন্ম স্থানো লিখা ৰামৰ জন্মস্থান অযোধ্যা
ஒத்த சொற்கள் : জন্মস্থান