பொருள் : জাগ্রত অৱস্থাত টোপনি নোযোৱাকৈ থকা
எடுத்துக்காட்டு :
তেওঁ ্ভালেমান দিনৰ পৰা জাগি আছে
ஒத்த சொற்கள் : সাৰে থকা
பொருள் : শাৰীৰিক বা মানসিক ভাৱে সতর্ক হৈ থকা
எடுத்துக்காட்டு :
সীমান্তত সকলো সময়তে সৈনিকসকল জাগি থাকে
ஒத்த சொற்கள் : সজাগ হোৱা, সাৱধান হোৱা