பொருள் : বেয়া বা নিকৃষ্ট বস্তুৰ দʼম
எடுத்துக்காட்டு :
দেৱালীৰ সময়ত ঘৰে-ঘৰে জাবৰ-জোথৰ চফা কৰা হয়
ஒத்த சொற்கள் : আৱর্জ্্না, জাবৰ-জোঁজথৰ
பொருள் : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
எடுத்துக்காட்டு :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
ஒத்த சொற்கள் : জাবৰ-জোথৰ
பொருள் : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
எடுத்துக்காட்டு :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
ஒத்த சொற்கள் : জাবৰ-জোথৰ