பொருள் : ব্যঞ্জন আদিত মছলা হিচাপে ব্যৱহাৰ কৰা তিতা, কʼলা, সৰু গোলাকাৰ গুটি বিশেষ
எடுத்துக்காட்டு :
মোৰ ককাদেউতাই জালুক দি বনোৱা চাহ খাই ভাল পায়
பொருள் : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা সৰু, গোলাকাৰ,কʼলা আৰু জ্বলা সোৱাদৰ গুটিৰ এজোপা লতাজাতীয় গছ
எடுத்துக்காட்டு :
খেতিয়কে পথাৰত জালুক গছৰ শিপা উঘালি আছে
ஒத்த சொற்கள் : জালুক গছ