பொருள் : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা
எடுத்துக்காட்டு :
মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল
ஒத்த சொற்கள் : জয়ী হোৱা, বিজয়ী হোৱা
பொருள் : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা
எடுத்துக்காட்டு :
স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল
ஒத்த சொற்கள் : জয় কৰা
பொருள் : প্রতিযোগিতাত সফলতা লাভ কৰা
எடுத்துக்காட்டு :
মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে
ஒத்த சொற்கள் : সফল হোৱা