பொருள் : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে
எடுத்துக்காட்டு :
শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে
ஒத்த சொற்கள் : জীৱন কথা, জীৱন বৃত্ত, জীৱন-চৰিত
பொருள் : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ
எடுத்துக்காட்டு :
তেওঁ নিজৰ জীৱনী লিখি আছে
ஒத்த சொற்கள் : জীৱন কথা, জীৱন বৃত্ত, জীৱন-চৰিত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত