பொருள் : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
எடுத்துக்காட்டு :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
ஒத்த சொற்கள் : বীজাণু
பொருள் : এক কোষীয় বা অকোষীয় জীৱ যাৰ বিখণ্ডন প্রক্রিয়াৰে বংশবৃদ্ধি হয়
எடுத்துக்காட்டு :
জীৱাণু অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পাৰি
ஒத்த சொற்கள் : বেক্টেৰিয়া
பொருள் : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
எடுத்துக்காட்டு :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
ஒத்த சொற்கள் : বীজাণু