உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : দণ্ডিত অপৰাধীক যি স্থানত আৱদ্ধ কৰি ৰখা হয়
எடுத்துக்காட்டு : চুৰ কৰাৰ অপৰাধত সি জেললৈ যাবলগীয়া হʼল
ஒத்த சொற்கள் : কাৰাগাৰ, কাৰাগৃহ, পোতাশাল, বগাঘৰ, বন্দীগৃহ, বন্দীশাল জেলখানা
பொருள் : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়
எடுத்துக்காட்டு : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল
ஒத்த சொற்கள் : কাৰাদণ্ড, কাৰাবাস, কয়েদ, ঘানি টনা-, জেল-জৰিমনা, জেলৰ ভাত খোৱা-, শ্রীঘৰ বাস, হাজোত বাস
நிறுவு