பொருள் : কোনো বস্তুৰ আন কোনো বস্তু বা স্থান আদিত সহজে ওলাব নোৱাৰাকৈ সোমাই ধৰা
எடுத்துக்காட்டு :
উৰণাখন কাঁইটত জোঁট লাগি গʼল
பொருள் : যিটোত মেৰ-পেচত লাগিছে
எடுத்துக்காட்டு :
তেওঁ খেলি-মেলি লগা কামটো ঠিক কৰিবলৈ চেষ্টা কৰি আছে
ஒத்த சொற்கள் : আউল লগা, খেলি-মেলি লগা, জেং লগা