பொருள் : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য
எடுத்துக்காட்டு :
দোকানীজনে ধান জুখি আছে
ஒத்த சொற்கள் : ওজন কৰা
பொருள் : জোখ লোৱা হোৱা
எடுத்துக்காட்டு :
দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল
பொருள் : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য
எடுத்துக்காட்டு :
তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে
ஒத்த சொற்கள் : মাপ কৰা