பொருள் : কোনো ধৰণৰ সম্বন্ধ স্থাপন কৰা
எடுத்துக்காட்டு :
বিবাহে দুটা পৰিয়ালৰ জোৰা লগায়
ஒத்த சொற்கள் : যুক্ত কৰা
பொருள் : অন্য কোনো বস্তুৰ শেষত লগোৱা
எடுத்துக்காட்டு :
চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
ஒத்த சொற்கள் : জোৰা, সংলগ্ন কৰা
பொருள் : দুই বা ততোধিক বস্তু বা অংশক সী, মিলাই বা লগ-লগাই বা অন্য উপায়েৰে এক কৰা
எடுத்துக்காட்டு :
মিস্ত্রীজনে মেজখনৰ ভগা খুঁটিটো জোৰা দি আছে
ஒத்த சொற்கள் : জোৰা দিয়া