உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
எடுத்துக்காட்டு : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
ஒத்த சொற்கள் : বোধ, বোধি, সংজ্ঞা, সজ্ঞান
பொருள் : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
எடுத்துக்காட்டு : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
ஒத்த சொற்கள் : ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা
பொருள் : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
எடுத்துக்காட்டு : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
ஒத்த சொற்கள் : অনুভাব, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
பொருள் : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
எடுத்துக்காட்டு : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
ஒத்த சொற்கள் : উপদেশ, বুজনি, শিকনি, শিক্ষা
பொருள் : বোধ ওপজা বৃত্তি বা শক্তি
எடுத்துக்காட்டு : চেতনাই জীয়াই থকাৰ লক্ষণ
ஒத்த சொற்கள் : গমগতি, চম্বিত, চেতনা, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
நிறுவு