பொருள் : লক্ষণগত বা স্বভাৱগত ধ্বনি
எடுத்துக்காட்டு :
মোৰ হৃদয় ভগৱত-প্রেমৰ ঝংকাৰত শুদ্ধ হৈ পৰিছে
பொருள் : ঝন-ঝন শ্্ব্দ
எடுத்துக்காட்டு :
ঘৰত নবোৱাৰীৰ পায়লৰ ঝংকাৰ মুখৰিত হৈ আছে
பொருள் : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
எடுத்துக்காட்டு :
ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
ஒத்த சொற்கள் : ঝনঝননি