உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
எடுத்துக்காட்டு : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
ஒத்த சொற்கள் : অনুৰাগ, আসক্তি, জেদ, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা
பொருள் : আসক্ত হোৱা ক্রিয়া বা ভাব
எடுத்துக்காட்டு : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল
ஒத்த சொற்கள் : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ
பொருள் : যিটো মোলায়েম নহয়
எடுத்துக்காட்டு : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল
ஒத்த சொற்கள் : কঠিন, ্কর্কৰীয়া
பொருள் : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
எடுத்துக்காட்டு : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
ஒத்த சொற்கள் : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, দুষ্কৰ, দুৰূহ, সুকঠিন
பொருள் : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : উগ্র, কঠোৰ, কর্কশ, হুঁ়টা
பொருள் : যিটো শুনাত খহটা
எடுத்துக்காட்டு : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়
ஒத்த சொற்கள் : কঠিন, কঠুৱা, কর্কশ, হুঁট্া, ্কালনজীয়া
பொருள் : যিটো সোনকালে বুজি পোৱা নাযায়
எடுத்துக்காட்டு : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
ஒத்த சொற்கள் : অবোধগম্য, কঠিন, দুৰূহ
நிறுவு