பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து ঠাট্টা কৰা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

ঠাট্টা কৰা   বিশেষ্য

பொருள் : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা

எடுத்துக்காட்டு : তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে

ஒத்த சொற்கள் : বিদ্রূপ কৰা, ব্যঙ্গ কৰা

ঠাট্টা কৰা   ক্ৰিয়া

பொருள் : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা

எடுத்துக்காட்டு : তেওঁ ্সদায় আনৰ নিন্দা কৰে

ஒத்த சொற்கள் : আঙুলি উঠোৱা, থু থু কৰা, নিন্দা কৰা, বেয়া কৰা

பொருள் : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা বা তেওঁৰ ্বেয়া কৰা

எடுத்துக்காட்டு : ৰামুৱে সদায় আনৰ উপহাস কৰি ভাল পায়

ஒத்த சொற்கள் : উপহাস কৰা

பொருள் : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়

எடுத்துக்காட்டு : মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে

ஒத்த சொற்கள் : ব্যঙ্গ কৰা

பொருள் : কাৰোবাক নিজৰ ব্যঙ্গাত্মক কথাৰে মর্মাহত কৰা

எடுத்துக்காட்டு : পৰীক্ষাত ভাল ফলাফল লাভ নকৰা কাৰণে ৰিতুক সকলোৱে ইতিকিং কৰিছিল

ஒத்த சொற்கள் : ইতিকিং কৰা, ইয়ার্কি কৰা, কটাক্ষ কৰা, পেংলাই কৰা, বিদ্রুপ কৰা, ব্যঙ্গোক্তি কৰা, লাজ দিয়া