பொருள் : সন্দেহ নথকাকৈ:মই নিঃসন্দেহে এই কামটো কৰিব পাৰোঁ
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : অৱশ্যে, ঠিৰাংকৈ, থিৰাংকৈ, নিঃসন্দেহে, নিচয়কৈ, নিচয়ে, নিশ্চিতভাৱে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নিসন্দেহৰূপে, বিনাদ্বিধাই, সঠিককৈ
பொருள் : ভাল ধৰণেৰে
எடுத்துக்காட்டு :
মই সোহনক ভালকৈ জানো
ஒத்த சொற்கள் : নিৰহ-নিপানীকৈ, বঢ়িয়াকৈ, বেচকৈ, ভালকৈ, ভালমতে