பொருள் : নেদাৰলেণ্ডৰ নিবাসী
எடுத்துக்காட்டு :
সেই ওলন্দাজজনক গুপ্ত বিমানৰ দ্বাৰা অনা হৈছিল
ஒத்த சொற்கள் : ওলন্দাজ, নেদাৰলেণ্ডবাসী, হলেণ্ডবাসী
பொருள் : নেদাৰলেণ্ডত কোৱা ভাষা
எடுத்துக்காட்டு :
ডাচ নেদাৰলেণ্ডৰ বাহিৰেও অন্য দেশতো কোৱা হয়
ஒத்த சொற்கள் : ওলন্দাজ ভাষা, ডাচ ভাষা
பொருள் : নেদাৰলেণ্ডৰ বা নেদাৰলেণ্ড সম্বন্ধী
எடுத்துக்காட்டு :
আমি ডাচ সংগ্রহালয় চাৰলৈ গʼলো
பொருள் : ডাচ ভাষাৰ বা ডাচ ভাষা সম্বন্ধী
எடுத்துக்காட்டு :
তেওঁৰ ্ডাচ ৰচনাবোৰক সুৰক্ষিতকৈ ৰখা হৈছে