பொருள் : সেনাৰ যুদ্ধ কৰা নিয়মৰ অভ্যাস
எடுத்துக்காட்டு :
সৈনিকসকলে সদায় কুচ-কাৱাজ কৰিব লাগে
ஒத்த சொற்கள் : কুচ-কাৱাজ
பொருள் : বিজুলী প্রবাহৰ দ্বাৰা চলা এক ধৰণৰ ভেদক যন্ত্র
எடுத்துக்காட்டு :
এই পকী দেৱালখনত বিন্ধা উলিয়াবৰ কাৰণে মোক এটা ড্রিলৰ প্রয়োজন হৈছে
ஒத்த சொற்கள் : ড্রিল মেচিন, ড্রিলিং মেচিন