பொருள் : ঢিলা হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
নিজৰ কামত ঢিলাই দিলে পিছত অনুশোচনা কৰিবা
ஒத்த சொற்கள் : শিথিলতা
பொருள் : যিটো বেছি গাঢ় নহয়
எடுத்துக்காட்டு :
দৈখিনি ঢিলাকৈ বান্ধিলে
பொருள் : ঠেক বা কচি বা টানি নবন্ধা
எடுத்துக்காட்டு :
মোহনে ঢিলা কাপোৰ পিন্ধে
பொருள் : যিটো টানকৈ বন্ধা হোৱা নাই
எடுத்துக்காட்டு :
বুঢ়া অৱস্থাত শৰীৰ ঢিলা হৈ পৰে
ஒத்த சொற்கள் : শিথিল
பொருள் : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
எடுத்துக்காட்டு :
ৰছীডাল ঢিলা হৈ গʼল
பொருள் : যিটো ভালদৰে বন্ধা বা লগা নাই
எடுத்துக்காட்டு :
এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে