பொருள் : তিনি সংখ্যাত পৰা ইংৰাজী মাহৰ এটা তাৰিখ
எடுத்துக்காட்டு :
মই তিনি তাৰিখে ঘৰলৈ যাম
ஒத்த சொற்கள் : তিনি তাৰিখ
பொருள் : এক আৰু দুই যোগ কৰি পোৱা সংখ্যা
எடுத்துக்காட்டு :
পাঁচৰ পৰা দুই বিয়োগ কৰিলে তিনি পোৱা যায়
ஒத்த சொற்கள் : ৩