பொருள் : এজোপা উদ্ভিদ যাৰ গুটিৰ পৰা তেল ওলায়
எடுத்துக்காட்டு :
তিলৰ বীজ পূজা, জজ্ঞ আদিৰ কামত আহে
பொருள் : চালত নিজে নিজে হোৱা কʼলা বা ৰঙা ৰঙৰ এবিধ সৰু চিহ্ন বা দাগ
எடுத்துக்காட்டு :
তেওঁৰ ্ গালত কʼলা তিল আছে
பொருள் : নাৰীয়ে কʼলা ফোটৰ আকাৰত গাল, ঠুতৰি আদিত বিন্ধাই বনাই লোৱা চিহ্ন
எடுத்துக்காட்டு :
সীতাই নিজৰ গালত টেটু অঁ্কা তিৰোতাৰ দ্বাৰা তিল বনোৱাই আছে
ஒத்த சொற்கள் : বিউটি স্পট
பொருள் : এজোপা উদ্ভিদৰ বীজ যাৰ পৰা তেল উলিওৱা হয়
எடுத்துக்காட்டு :
তেওঁ প্রতিদিন গা ধোৱাৰ পিছত তিলৰ তেল লগায়