பொருள் : যাৰ বুদ্ধি বহু প্রখৰ বা তীক্ষ্ণ
எடுத்துக்காட்டு :
তীক্ষ্ণবুদ্ধি মনোহৰ এজন ভাল খেলুৱৈ
ஒத்த சொற்கள் : প্রখৰবুদ্ধি
பொருள் : যাৰ স্মৰণ শক্তি অতি প্রখৰ
எடுத்துக்காட்டு :
সেই তীক্ষ্ণবুদ্ধিৰ ছাত্রজন বিদ্যালয়খনৰ গৌৰৱ আছিল