உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
எடுத்துக்காட்டு : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
ஒத்த சொற்கள் : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
பொருள் : সমান বা তুল্য হোৱা অৱস্থা
எடுத்துக்காட்டு : আমাৰ সৈতে আপোনাৰ কি তুলনা কৰোঁ
ஒத்த சொற்கள் : তুলনা, সমানতা, সাম্যতা
பொருள் : কোনো বস্তুৰ গুণ, মান আদিৰ ওপৰত নির্ভৰ কৰি এটাতকৈ আনটো কম-বেছি বা ভাল-বেয়া বিচাৰ কৰা:ৰামৰ তুলনাত শ্যাম বেছি চতুৰ
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : উপমা, তুলনা, পাটন, ৰিজনি
பொருள் : জোখা কার্য ্বা ভাব
எடுத்துக்காட்டு : আপোনাৰ তুল্যতা সমান হোৱা নাই
நிறுவு