பொருள் : ঠেহ পাতি থকাজনক প্রসন্ন কৰা
எடுத்துக்காட்டு :
মাকে নিজৰ সন্তানক নিচুকাই আছে
ஒத்த சொற்கள் : নিচুকোৱা
பொருள் : তৃপ্ত বা সন্তুষ্ট কৰা
எடுத்துக்காட்டு :
তেওঁ ্কোনো ৰকমে ব্রাহ্মণজনক দান-দক্ষিণা দি সন্তুষ্ট কৰিলে
ஒத்த சொற்கள் : তৃপ্ত কৰা, সন্তুষ্ট কৰা