பொருள் : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল
எடுத்துக்காட்டு :
খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে
ஒத்த சொற்கள் : তর্মুজ
பொருள் : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল
எடுத்துக்காட்டு :
গৰমত তৰমুজ বেছিকৈ পোৱা যায়
பொருள் : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল
எடுத்துக்காட்டு :
নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে
ஒத்த சொற்கள் : তৰবুজ
பொருள் : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ
எடுத்துக்காட்டு :
গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়